Monday, October 3, 2022
HomeNewsক্ৰীড়াক উদ্যোগৰ মৰ্যাদা প্ৰদান মিজুৰাম চৰকাৰৰ

ক্ৰীড়াক উদ্যোগৰ মৰ্যাদা প্ৰদান মিজুৰাম চৰকাৰৰ

অলিম্পিয়া বাৰ্তা

ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ স্বাৰ্থত মিজুৰাম কেবিনেটে ক্ৰীড়াক উদ্যোগৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পি টি আইক প্ৰদান কৰা এক সাক্ষাৎকাৰত মিজুৰামৰ ক্ৰীড়া ৰাজ্য মন্ত্রী ৰবার্ট ৰোমাভিয়া ৰায়তে কয় যে ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ সেৱা বিভাগে ক্রীড়াক উদ্যোগৰ মৰ্যাদা প্ৰদানৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক ৰাজ্যৰ কেবিনেটে অনুমোদন জনাইছে। মন্ত্রীগৰাকীয়ে লগতে কয় যে ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ক্ৰীড়াক উদ্যোগৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা মিজুৰামই হৈছে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments