Sunday, October 2, 2022
HomeNewsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি ক'লে অসম কন্যা হিমা দাসক!!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি ক’লে অসম কন্যা হিমা দাসক!!

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত ৪০ গৰাকী ব্যক্তিৰ সৈতে মত বিনিময় কৰে। দেশৰ প্ৰাক্তন খেলুৱৈৰ লগতে বৰ্তমানৰ তাৰকা খেলুৱৈসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰতি দেশৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে এই কঠিন সময়ছোৱাত কেনেদৰে দেশৰ নাগৰিকক উৎসাহিত কৰি ৰাখিব পাৰি তাৰ ওপৰত আলোকপাত কৰে।

ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে কথা পতা এই ৪০ গৰাকী ব্যক্তিৰ ভিতৰত আছিল সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, পি ভি সিন্ধুৰ লগতে বহুকেইগৰাকী ক্ৰীড়াবিদ। এইসকলৰ ভিতৰত আছিল অসম কন্যা হিমা দাসো। প্ৰধান মন্ত্ৰীগৰাকীয়ে সকলোৰে পৰা কৰ’নাৰ বিৰুদ্ধে ভাৰতৰ এই যুঁজত সহযোগিতা কামনা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments