Friday, September 30, 2022
HomeNews১৯ ডিচেম্বৰত মিঃ গুৱাহাটী ২০২০

১৯ ডিচেম্বৰত মিঃ গুৱাহাটী ২০২০

অলিম্পিয়া প্ৰতিবেদন

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মিঃ গুৱাহাটী শৰীৰচর্চা প্ৰতিযোগিতাখন অহা ১৯ ডিচেম্বৰত চান্দমাৰীৰ অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউট খেলপথাৰত অনুষ্ঠিত হ’ব। স্বৰ্গীয় চিদানন্দ দাসৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাখন গুৱাহাটী কালচাৰেল এণ্ড স্পৰ্টছ অৰ্গেনাইজেশ্বনৰ উদ্যোগত,লগতে গুৱাহাটী ফিজিক স্পৰ্টছ এছ’চিয়েচনৰ সৌজন্যত অনুষ্ঠিত হ’ব।

ইণ্ডিয়ান বডী বিল্ডাৰ্ছ এছ’চিয়েচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত উক্ত প্ৰতিযোগিতাখন ১৯ ডিচেম্বৰৰ দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments