Monday, October 3, 2022
HomeNewsমি: গুৱাহাটীৰ খিতাপ দখল কুশল কলিতাৰ

মি: গুৱাহাটীৰ খিতাপ দখল কুশল কলিতাৰ

অলিম্পিয়া প্ৰতিবেদন

কুশল কলিতাই মি: গুৱাহাটী দেহশ্ৰী প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । কটন বিশ্ববিদ্যালয়ৰ ইনড’ৰ হলত দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাত বহুকেইগৰাকী শৰীৰচর্চাবিদৰ মাজৰ পৰা কুশলক সামগ্ৰিকভাৱে শ্ৰেষ্ঠ বুলি ঘোষণা কৰা হয় । ৱৰ্ল্ড ফিটনেছ ফেডাৰচন ( ডব্লিউ এফ এফ) ৰ ভাৰতৰ সভাপতি ধীৰাজমোহন দাস আৰু মি: ইউনিভাৰ্চ তথা ইভেণ্ট প্ৰমোটাৰ অচ্যুত কলিতাৰ তদাৰকত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ যোগেদি প্ৰথমবাৰলৈ মি: গুৱাহাটী খিতাপ প্ৰদান কৰা হয় । মুঠ ৫ টা গ্রুপৰ স্বৰ্ণ পদক অৰ্জন কৰা ৫ গৰাকী শৰীৰচর্চাবিদৰ মাজৰ পৰা কুশল কলিতাক সামগ্ৰিকভাৱে চেম্পিয়ন হিচাপে ঘোষণা কৰা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments