Friday, September 30, 2022
HomeNewsমনিষ দাসৰ মি: ইষ্টাৰ্ণ ইণ্ডিয়া খিতাপ

মনিষ দাসৰ মি: ইষ্টাৰ্ণ ইণ্ডিয়া খিতাপ

অলিম্পিয়া প্ৰতিবেদন

অসমৰৰ মনিষ দাসে মি: ইষ্টাৰ্ণ ইণ্ডিয়া ২০২২ ৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে । ফাইনেলিষ্ট হয় গুৱাহাটীৰ কুশল কলিতা । যোৱা ২৫-২৭ মাৰ্চত ত্ৰিপুৰাৰ আই চি এফ এ আই বিশ্ববিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৭ সংখ্যক ইষ্টাৰ্ণ ইণ্ডিয়া দেহশ্ৰী প্ৰতিযোগিতাত প্ৰথম দুয়োটা স্থান দখল কৰে অসমৰ শৰীৰচৰ্চাবিদে । সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ সম্পাদক মনোৰঞ্জন শৰ্মাই জনোৱা অনুসৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ ৬ গৰাকী প্ৰতিযোগীয়ে বিভিন্ন স্থান দখল কৰিছে । ইয়াৰ ভিতৰত ৬০ কে:জি: ত দৰঙৰ নছৰুল হুদাই পঞ্চম স্থান, ৬৫ কে:জি:ত কামৰূপৰ মনিষ দাসে প্ৰথম, ৭০ কে:জি:ত গুৱাহাটীৰ কুশল কলিতাই প্ৰ্থম,গুৱাহাটীৰে প্ৰসেনজিৎ কৰ্মকাৰে দ্বিতীয়, ৮০ কে:জি: ত কামৰূপৰ সঞ্জীৱ দাসে প্ৰথম আৰু ৮৫ কে:জি: ত কামৰূপৰ প’ল শৰ্মাই দ্বিতীয় স্থান দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments