Tuesday, October 4, 2022
HomeNewsআৰ জি বৰুৱা সোঁৱৰণী মিঃ শৰাইঘাট চেম্পিয়নশ্বিপ স্থগিত

আৰ জি বৰুৱা সোঁৱৰণী মিঃ শৰাইঘাট চেম্পিয়নশ্বিপ স্থগিত

https://olympiasports.in/

আৰ জি বৰুৱা সোঁৱৰণী ৩১ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক বডী বিল্ডিং আৰি মিঃ শৰাইঘাট অসম চেম্পিয়নশ্বিপ সাময়িকভাৱে স্থগিত ৰখা হৈছে।অসম বডী বিল্ডাৰ্ছ আৰু ফিটনেছ এছ’চিয়েচনৰ উদ্যোগত এই প্ৰতিযোগিতাখন ৪ এপ্ৰিলত গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু শহতীয়াকৈ বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে আয়োজক সকলে এই প্ৰতিযোগিতাখন স্থগিত ৰাখিবলৈ বাধ্য হৈছে। এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ’চিয়েচনৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে।

বিদ্ৰঃ ফটো প্ৰতিনিধিত্বমূলক (ইণ্টাৰনেট)

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments