Friday, September 30, 2022
HomeNewsনলবাৰীৰ প্ৰথমটো মহিলা ক্ৰিকেট দল ঘোষণা

নলবাৰীৰ প্ৰথমটো মহিলা ক্ৰিকেট দল ঘোষণা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হোৱা কনকলতা বৰুৱা সোঁৱৰণী আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ বাবে নলবাৰীৰ প্ৰথম মহিলা ক্ৰিকেট দলটো ঘোষণা কৰে ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে । ঘোষণা অনুসৰি দলটোৰ খেলুৱৈ সকল হৈছে–জ্ঞানশ্ৰী বৰ্মন (অধিনায়ক), চয়নিকা ডেকা, কৃষ্ণা বৰ্মন (উইকেট কীপাৰ), সংঘমিত্ৰা চৌধুৰী, মনিষা বৰ্মন, মানেন্য শৰ্মা, জিন্টী বৰ্মন, নাৰ্জীৱাৰা বেগম, নম্ৰতা দাস, দিশা আগৰৱালা, প্ৰাঙ্গনা বৈশ্য, দেৱস্মীতা নন্দী, আফ্ৰীন তাৰিফ, বাৰ্বী তালুকদাৰ । দলটোৰ মেনেজাৰ কৰৱী দাস, প্ৰশিক্ষক–সঞ্জয় ঠাকুৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments