Friday, September 30, 2022
HomeNewsছণ্ডীগড়ত নাগেছ ট্ৰফীৰ কোৱালিফায়িং ৰাউণ্ড।প্ৰথমখন মেচত পঞ্জাবক ১৬৯ ৰাণৰ লক্ষ্য বান্ধি...

ছণ্ডীগড়ত নাগেছ ট্ৰফীৰ কোৱালিফায়িং ৰাউণ্ড।প্ৰথমখন মেচত পঞ্জাবক ১৬৯ ৰাণৰ লক্ষ্য বান্ধি দিছে অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ দলটোৱে ।

অলিম্পিয়া প্ৰতিবেদন

চণ্ডিগড়ৰ ছেক্টৰ ১৬ ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰৰ পৰা আৰম্ভ সৰ্বভাৰতীয় নাগেছ ট্ৰফী দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেন্টৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ড।প্ৰথমবাৰৰ বাবে যোগদান কৰা অসমে শক্তিশালী পঞ্জাবক জয়ী হবলৈ ১৬৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

অসমে প্ৰথমে বেট ধৰি আমিনুল খানৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ১৮ অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৮ৰাণ ।আমিনুলে ৫৬ টা বলত ৪ টা বাউণ্ডেৰীসহ ৮৪ ৰাণত অপৰাজিত হৈ ৰয়।দেবেন অধিকাৰী আৰু আকাশ টেৰণ উভয়ৰ বেটৰ পৰা আহে ১৪ ৰাণকৈ।অসমে পৰিবৰ্তী মেচ ছট্টিছগড়ৰ বিৰুদ্ধে খেলিব।উল্লেখযোগ্যযে,কোৱালিফায়িং মেচত জয়ী হলেই দৃষ্টিহীন ক্ৰিকেটৰ বৃহৎ টুৰ্ণামেন্ট নাগেছ ট্ৰফীত অসমৰ দলটোৱে অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments