Tuesday, July 5, 2022
HomeNewsৰাষ্ট্ৰীয় জুনিয়ৰ কিক বক্সিঙ প্ৰতিযোগিতালৈ অসমৰ দল ৰাওনা

ৰাষ্ট্ৰীয় জুনিয়ৰ কিক বক্সিঙ প্ৰতিযোগিতালৈ অসমৰ দল ৰাওনা

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় জুনিয়ৰ কিক বক্সিঙ প্ৰতিযোগিতালৈ অসমৰ দল ৰাওনা।অহা ২১- ২৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পুনে চহৰত অনুষ্ঠিত হ’ব ৱাকো ইণ্ডিয়া ৰাষ্ট্রীয় জুনিয়ৰ কিক বক্সিঙ প্ৰতিযোগিতা ২০২১।

এমেচাৰ কিক বক্সিঙ এচছিয়েচন অসমৰ (AKAA) সভাপতি হিৰণ্য কুমাৰ বৰুৱাৰ নেতৃত্বত অসমৰ পৰা ৪০ জনীয়া খেলুৱৈৰ দল এটা দেওবাৰে কামাখ্যা ৰেলৱে ষ্টেচন, মালিগাঁৱৰ পৰা মহাৰাষ্ট্ৰৰ পুনেলৈ ৰাওনা হৈছে । অহা ২১-২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগা ৱাকো ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ “ৰাষ্ট্ৰীয় কাডেট আৰু জুনিয়ৰ কিকবক্সিঙ প্ৰতিযোগিতা ২০২১”ত অংশগ্ৰহণ কৰিবলৈ ৰেলযোগে দলটো ৰাওনা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments