Tuesday, October 4, 2022
HomeNewsভাৰতীয় নেটবল শিবিৰলৈ আমন্ত্ৰণ অসমৰ ৬ খেলুৱৈক

ভাৰতীয় নেটবল শিবিৰলৈ আমন্ত্ৰণ অসমৰ ৬ খেলুৱৈক

অলিম্পিয়া প্ৰতিবেদন

ছিংগাপুৰত অহা ১-৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ এছিয়ান নেটবল চেম্পিয়নশ্বিপৰ বাবে ভৰতীয় দল গঠন কৰিবলৈ নেটবল ফেডাৰেচনে প্ৰথমটো ৰাষ্ট্ৰীয় শিবিৰৰ আয়োজন কৰিছে । ২০ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ হাৰিয়ানাৰ শ্ৰীবালাজী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কালিনগা হ’বলগা শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে অসমৰ ৬ গৰাকী খেলুৱৈয়ে । দেশৰ মূঠ ৩৩ গৰাকী খেলুৱৈৰ ভিতৰত আছে অসমৰ দিপীকা বড়ো, অংকিতা বড়ো, মহিমা বড়ো, পদ্মিনী বড়ো, আনজিমা বড়ো আৰু মনিকা ৰাজবংশীয়ে । এই বাতৰি প্ৰেৰণ কৰিছে অসম নেটবল সন্থাৰ সম্পাদক বিৰ্জু ৰামে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments