Tuesday, October 4, 2022
HomeNewsভাৰতৰ বিৰুদ্ধে সাজু নিউজিলেণ্ডৰ গোপন অস্ত্ৰ

ভাৰতৰ বিৰুদ্ধে সাজু নিউজিলেণ্ডৰ গোপন অস্ত্ৰ

অলিম্পিয়া প্রতিবেদন

টেষ্ট চেম্পিয়নশ্বিচৰ ফাইনেলৰ বাবে ভাৰতৰ বিৰুদ্ধে সাজু নিউজিলেণ্ডৰ গোপন অস্ত্ৰ৷ নাম নীল ৱাগনাৰ৷ কোহলি বাহিনীক আক্ৰমণৰ বাবে সাজু তেওঁ৷ ইতিমধ্যে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত নিজৰ শক্তি প্ৰমান দি থৈছে নীলে৷ তেওঁ নিখুঁত বলিংঙৰ আক্ৰমণত এক প্ৰকাৰ দিশহাৰা হৈছিল ষ্টিভেন স্মিথ বাহিনী৷ গতি আৰু বাউন্সেই হৈছে ৱাগানৰ শক্তি৷ এই দুয়োটা দিশতে বেটছমেনৰ নিয়ন্ত্ৰণ কৰাৰ সিদ্ধহস্ত ৱাগনাৰ৷ “সন্মূখত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল৷ প্ৰত্যাহ্বান যথেষ্ঠ কঠিন৷ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণৰ চেষ্টা থাকিব প্ৰতি মূহুততে”-সংবাদ মাধ্যমত এই দৰে কয় ৱাগনাৰে৷ ইতিমধ্যে ইংলেণ্ডত উপস্থিত হোৱা নিউজিলেণ্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে কেইবাখনো প্ৰস্তুতি মেচত অংশ লব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments