Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত নৈশ মাৰাথন

গুৱাহাটীত নৈশ মাৰাথন

পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিবলৈ লোৱা হৈছে নৈশ মাৰাথন প্ৰতিযোগিতাৰ। আছমাকান ফাউণ্ডেচন নামৰ সংস্থাটোৱে ১ মাৰ্চ, ২০২০ তাৰিখে গুৱাহাটীত উত্তৰ-পূবৰ ভিতৰতে প্ৰথমখন নৈশ মাৰাথনৰ আয়োজন কৰিছে। সন্ধ্যা ৫:৩০ বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হ’বলগীয়া মাৰাথনখন মূল তিনিটা শিতানত অনুষ্ঠিত হ’ব। ৪২.২ কি মিৰ সম্পূৰ্ণ দৌৰ, ২১.১ কি মি’ৰ হাফ মাৰাথন আৰু ৩ কিমি ৱাকাথন এই তিনিটা শিতানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমানি ১২.৫ লাখ টকা। অৱশ্যে ৱাকাথনৰ বাবে কোনো প্ৰাইজমানি ৰখা হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments