Tuesday, October 4, 2022
HomeNewsৰোলবলত এন আই এছ সম্পূৰ্ণ অসমৰ ২ প্ৰশিক্ষকৰ

ৰোলবলত এন আই এছ সম্পূৰ্ণ অসমৰ ২ প্ৰশিক্ষকৰ

অলিম্পিয়া প্ৰতিবেদন

অসম ৰোলবলৰ প্ৰথম দুগৰাকী এন আই এছ উত্তীৰ্ণ প্ৰশিক্ষক জয়দ্বীপ মহন্ত আৰু এলিছা ফাৰহিন । পাঠ্যক্ৰম শেষ কৰাৰ পাছত ৰোলবলৰ প্ৰৱৰ্তক ৰাজু ধাবাডেৰ সৈতে দুয়ো প্ৰশিক্ষক । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ দ্বাৰা পাটিয়ালাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত আয়োজিত দেশৰ মুঠ ৪৫ গৰাকী প্ৰশিক্ষকৰ সৈতে গুৱাহাটীৰ দুয়োগৰাকী প্ৰাক্তন খেলুৱৈয়ে এই পাঠ্যক্ৰমত অংশ লৈছিল । দুয়োগৰাকী প্ৰশিক্ষকক অলিম্পিয়া স্পৰ্টছৰ ফালৰ পৰা থাকিল বহু শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments