Monday, October 3, 2022
HomeNewsআজি নৰ্থ-ইষ্টৰ অন্তিমখন মেচ গুৰুত্বহীন

আজি নৰ্থ-ইষ্টৰ অন্তিমখন মেচ গুৰুত্বহীন

আজি গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আই এছ এলৰ অন্তিমখন লীগ মেচ নৰ্থ-ইষ্ট য়ুনাইটেড আৰু চেন্নায়েন এফ চিৰ মাজত অনুষ্ঠিত হ’ব। নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে আজিৰ মেচখন গুৰুত্বহীন যদিও চেন্নায়েন এফ চিৰ বাবে গুৰুত্বপূৰ্ণ।

অনুৰাগী সকলক সম্পূৰ্ণ নিৰাশ কৰি নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত ছিজনৰ ১৭খন খেলত মাত্ৰ ১৪টাহে গ’ল কৰিবলৈ সক্ষম হৈছে। আনহাতে ক্ৰমাগত ১৩ খন মেচত জয়ৰ মুখ নেদেখিলে দলটোৱে। মাত্ৰ ১৩ পইণ্টেৰে পইণ্ট তালিকাৰ নৱম স্থানত থকা নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে চলিত চিজনত অতি নিৰ্লজ্জ প্ৰদৰ্শন দাঙি ধৰিছে।

উল্লেখ্য যে চিজনৰ আৰম্ভণিতে চেন্নায়েন এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিক ২-০ গলত পৰাস্ত কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments