Tuesday, October 4, 2022
HomeNewsআই এছ এলত শোচনীয় প্ৰদৰ্শন: নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষকক অব্যাহতি

আই এছ এলত শোচনীয় প্ৰদৰ্শন: নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষকক অব্যাহতি

দলটোৱে ফেচবুকত প্ৰকাশ কৰা ঘোষণাপত্ৰখন

আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ শোচনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। তাৰেই ফলশ্ৰুতিত এতিয়া দলটোৱে মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জর্নীক অব্যাহতি দিয়ে। দলটোৰ অফিচিয়েল ফেচবুক পেইজত এই কথা ঘোষণা কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই। ঘোষণাপত্ৰখনত উল্লেখ আছে যে শেহতীয়াকৈ আই এছ এলত দলটোৰ প্ৰদৰ্শনলৈ লক্ষ্য ৰাখি দলটোৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত সময়ছোৱাত ৰবাৰ্ট জর্নীয়ে দলটোলৈ আগবঢ়োৱা সেৱাৰ বাবে কৰ্তৃপক্ষই ধন্যবাদ জনায়। প্ৰশিক্ষকক নিযুক্তি নিদিয়ালৈকে দলটোৰ প্ৰশিক্ষক হিচাবে দায়িত্ব পালন কৰিব সহকাৰী প্ৰশিক্ষক খালিদ জামিলে।

উল্লেখযোগ্য যে দলটোৱে বর্তমানলৈ ২খনত জয়, ৬ খনত পৰাজয় আৰু ৭খন ড্রৰে তালিকাৰ নৱম স্থানত আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments