Thursday, July 7, 2022
HomeNewsআই এছ এল: আজি কেৰালা ব্লাষ্টাৰ্ছৰে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড

আই এছ এল: আজি কেৰালা ব্লাষ্টাৰ্ছৰে মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড

অলিম্পিয়া প্ৰতিবেদন

গোৱাৰ জিএমচি ষ্টেডিয়ামত বৃহস্পতিবাৰে কেৰালা ব্লাষ্টাৰ্ছৰে মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড। লীগৰ প্ৰথমখন মেচত শক্তিশালী মুম্বাই চিটি এফ চিক পৰাস্ত কৰি প্ৰচণ্ড আত্মবিশ্বাসী হৈ আছে দলটো। নৰ্থ-ইষ্ট ইউনাইটেডৰ প্রসিক্ষক জেৰাৰ্ড নাছে কয় যে, খেলপথাৰত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰেই আজি আমাৰ দল নামিব।

পৰিসংখ্যাৰ দিশৰ পৰাও কেৰালা ব্লাষ্টাৰ্ছৰ তুলনাত যথেষ্ট সন্তোষজনক স্থিতিত আছে নৰ্থ-ইষ্ট ইউনাইটেড। উল্লেখযোগ্য যে চিজনৰ প্ৰথমখন মেচত কেৰালা ব্লাষ্টাৰ্ছে এ টি কে মোহনবাগানৰ হাতত ০-১ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিছিল। মেচখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments