Sunday, October 2, 2022
HomeNewsছেমি ফাইনেলত নৰ্থ ইষ্টাৰ্ন ৱাৰিয়ৰ্ছ

ছেমি ফাইনেলত নৰ্থ ইষ্টাৰ্ন ৱাৰিয়ৰ্ছ

  • প্ৰিমিয়াৰ বেডমিন্টন লীগত পোন প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টাৰ্ন ৱাৰিয়ৰছ দল ছেমি ফাইনেলত প্ৰবেশ কৰিছে।
  • দলটোৱে চেন্নাই ছুপাৰষ্টাৰ্ছক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰবেশ কৰিছে।
  • পুৰুষৰ একক শাথাৰ মেচেৰে আৰম্ভ হোৱা খেলখনত নৰ্থ ইষ্ট দলে প্ৰথমে ১-০ ৰ অগ্ৰগতি লয়।
  • মহিলাৰ একক শাখাত মেচখনত নৰ্থ ইষ্টৰ হৈ ক’ৰ্টত নামে অসম কন্যা অস্মিতা চলিহা। অৱশ্যে অস্মিতা পৰাস্ত হয়।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments