Tuesday, October 4, 2022
HomeNewsন'ভাক জ'কভিচে আগবঢ়ালে ১.১০ মিলিয়ন ডলাৰ

ন’ভাক জ’কভিচে আগবঢ়ালে ১.১০ মিলিয়ন ডলাৰ

olympiasports.in

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ টেনিছ তাৰকা ন’ভাক জ’কভিচে নিজৰ দেশলৈ আগবঢ়াইছে ১.১০ মিলিয়ন ডলাৰ অনুদান। জ’কভিচচৰ মাতৃভূমি ছাৰ্বিয়াত ভেণ্টিলেৰ আৰু অন্যান্য মেডিকল সামগ্ৰী ক্ৰয় কৰিবলৈ এই অনুদান আগবঢ়াইছে। জ’কভিচে ক’ৰনা আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসা কৰ্মীসকলক কৃতজ্ঞতা জনাই সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments