পূৰ্বৰ দৰেই অলিম্পিয়াই এইবাৰো আপোনালোকলৈ লৈ আহিছিল আই পি এল কুইজ প্ৰতিযোগিতা। অৱশ্যে ২০২১ বৰ্ষৰ আই পি এল আধাতে স্থগিত হৈ ৰোৱাত এই কুইজলৈ যতি আহিছিল যদিও এতিয়া আকৌ আই পি এলৰ সমান্তৰালকৈ ১৫ অক্টোবৰলৈ চলিব এই কুইজ প্ৰতিযোগিতা। এই কুইজত অংশগ্ৰহণ কৰিবলৈ অলিম্পিয়াৰ ফেচবুক পেজ Olympiasports.in লৈ যাওক আৰু কমেণ্টবক্সত আপোনাৰ উত্তৰ জনাওক

https://www.facebook.com/2145358865686579/posts/2840158339539958/