Tuesday, July 5, 2022
HomeNewsঅলিম্পিকত ভাগল'বলগীয়া খেলুৱৈৰ বাবে ভাল খবৰ কৰ'নাৰ

অলিম্পিকত ভাগল’বলগীয়া খেলুৱৈৰ বাবে ভাল খবৰ কৰ’নাৰ

অলিম্পিকত ভাগ লবলগীয়া খেলুৱৈৰ ভাবে ভাল খবৰ। কৰ’নাৰ ভেকচিন বজাৰলৈ আহিলে অলিম্পিকত ভাগলবলগীয়া খেলুৱৈ আৰু ষ্টাফক এই ভেকচিন প্ৰথমে প্ৰদান কৰা হ’ব।

দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি এই বিষয়ত কয় যে কৰ’নাৰ ভেকচিন আহিলে অলিম্পিকত ভাগলবলগীয়া খেলুৱৈ আৰু ষ্টাফক আগস্থান দিয়া হ’ব। তেওঁ কয় যে ভাৰতে এইবাৰ অলিম্পিকলৈ আটাইতকৈ বৃহৎ দল পঠিয়াব।

কালি দিল্লীত অনুষ্ঠিত হোৱা হাফ মাৰাথানৰ ফ্লেগ অফ কৰি ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে কয়, দেশত অতি শীঘ্ৰে অলিম্পিক কোৱালিফায়াৰ্ছ অনুষ্ঠিত হ’ব। মই আশা কৰোঁ আগন্তুক সময়ত দেশত অধিক নেচনেল-ইণ্টাৰনেচনেল ইভেণ্ট অনুষ্ঠিত হ‌ওক।

ইয়াৰ উপৰিও ৰিজিজুৱে কয় যে তেওঁ পূৰ্বেই নেচনেল স্প’ৰ্টছ ফেডাৰেচন আৰু অলিম্পিক এছ’চিয়শ্বনক দেশত নেচনেল আৰু ইণ্টাৰনেচনেল ইভেণ্ট অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments