Friday, September 30, 2022
HomeNewsপল্লব ৰাভা সোঁৱৰণী দেহশ্ৰী প্ৰতিযোগিতাত ৰাঞ্জন দাসৰ খিতাপ দখল

পল্লব ৰাভা সোঁৱৰণী দেহশ্ৰী প্ৰতিযোগিতাত ৰাঞ্জন দাসৰ খিতাপ দখল

পল্লৱ ৰাভা সোঁৱৰণী দেহশ্ৰী প্ৰতিযোগিতাত ৰঞ্জন দাসে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। কালি গুৱাহাটী মহানগৰৰ লুটুমা খেলপথাৰত অসম বডী বিল্ডিং আৰু ফিটনেছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল পল্লৱ ৰাভা সোঁৱৰণী দেহশ্ৰী প্ৰতিযোগিতাখন।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী ভৱজ্যোতি গোস্বামী, অম্বেশ্বৰ দাস, খালি আলী আৰু মজনুৰ আলীৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৰঞ্জন দাসে প্ৰথমস্থান দখল কৰি খিতাপ জয় কৰাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কমল ডেকা আৰু ৰিংকু দাসে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments