Monday, October 3, 2022
HomeNewsৰাষ্ট্ৰীয় ফেডাৰেচন কাপ পেঞ্চাক চিলাটত পঞ্জাবৰ লাভলী প্ৰফেছনেল প্ৰেৰণা হাজৰিকাৰ দুটা পদক

ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ পেঞ্চাক চিলাটত পঞ্জাবৰ লাভলী প্ৰফেছনেল প্ৰেৰণা হাজৰিকাৰ দুটা পদক

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ পঞ্চম ফেডাৰেচন কাপ অসমৰ প্ৰেৰণা হাজৰিকাই সুন্দৰ খেল প্ৰদৰ্শন কৰি টেণ্ডিং আৰু টাংগাল শাখাত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । পঞ্জাবৰ লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা । গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ নৱমিলনপুৰৰ প্ৰেৰণাই এই দুটা পদকৰ জড়িয়তে অসমক পুনৰবাৰ জিলিকাই তুলিবলৈ সক্ষম হয় । উল্লেখ্য যে আগম্তুক দিনত প্ৰেৰণাই উক্ত বিশ্ববিদ্যালয়ৰ হৈ খেলাৰ বাবে বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিভাগে প্ৰস্তাৱ আগবঢ়াইছে আৰু প্ৰশিক্ষণৰ সুব্যৱস্থা কৰাৰ লগতে সকলো খৰচ বহনৰ দায়িত্ব গ্ৰহণ কৰিছে । প্ৰশিক্ষক মাষ্টাৰ গগন চন্দ্ৰ বড়ো আৰু প্ৰেৰণাৰ পিতৃ-মাতৃ ক্ৰমে ভদ্ৰ হাজৰিকা আৰু মামনি হাজৰিকালৈ অসম পেঞ্চাক চোলাট এছ’চিয়েচনৰ লগতে বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments