Monday, October 3, 2022
HomeNewsউত্তৰ-পূব পাঞ্জাত দেৱজিৎ শ্ৰেষ্ঠ

উত্তৰ-পূব পাঞ্জাত দেৱজিৎ শ্ৰেষ্ঠ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ পেচাদাৰী পাঞ্জা খেলুৱৈ দেৱজিৎ শৰ্মাই উত্তৰ-পূব পাঞ্জা প্ৰতিযোগিতাত সামগ্ৰিক চেম্পিয়নৰ খিতাপ দখল কৰিছে । মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ লাবান স্পৰ্টছ ক্লাবত ১২ মাৰ্চত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত দেৱজিতে ৭৫ কে জি ওজন শাখাত স্বৰ্ণপদক দখল কৰাৰ লগতে আঁজুৰি আনে চেম্পিয়ন অৱ দ্য চেম্পিয়নছ খিতাপ । গুৱাহাটী উজান বজাৰৰ এই খেলুৱৈগৰাকীয়ে ইতিপূৰ্বে বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন অৱ দ্য চেম্পিয়নছ ট্ৰফী লাভ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments