Monday, October 3, 2022
HomeNewsদিব্যাঙ্গ খেলুৱৈ অন্যতম ৰাজকোঁৱৰৰ মহানুভৱতা: নিজৰ প্ৰাপ্য ধন আগবঢ়ালে আৰোগ্য নিধিলৈ

দিব্যাঙ্গ খেলুৱৈ অন্যতম ৰাজকোঁৱৰৰ মহানুভৱতা: নিজৰ প্ৰাপ্য ধন আগবঢ়ালে আৰোগ্য নিধিলৈ

অসমৰ দিব্যাঙ্গ সন্তৰণবিদ অন্যতম ৰাজকোঁৱৰে দেখুৱালে মহানুভৱতা। অসম চৰকাৰৰ ক্রীড়া বিভাগৰ পৰা লাভ কৰা 50,000 টকাৰ এককালীন সাহাৰ্য্যৰ সমগ্ৰ ধনৰাশি তেওঁ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ। উক্ত ধন তেওঁ অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অৰ্পণ কৰে।

উল্লেখযোগ্য যে অন্যতম ৰাজকোঁৱৰ অসমৰ দিব্যাঙ্গ ক্ৰীড়াক্ষেত্ৰৰ এক চিনাকি নাম। অন্যতমে ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাঁতোৰত পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments