Tuesday, October 4, 2022
HomeNewsপূৰ্ণগতিত ৰোলবল চুপাৰ লীগৰ প্ৰস্তুতি

পূৰ্ণগতিত ৰোলবল চুপাৰ লীগৰ প্ৰস্তুতি

পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰোলবল চুপাৰ লীগ। এই লৈ ইতিমধ্যে অসম ৰোলবল সন্থাৰ উদ্যোগত প্ৰস্তুতি তুংগত হৈ উঠিছে। ইতিমধ্যে গঠন হোৱা বহুকেইটা দলে লাভ কৰিছে ফ্ৰেংচাইজি। ৰোলবল লীগখন সুচাৰুৰূপে আয়োজনৰ বাবে আয়োজক কমিটিকে আদি কৰি ক’ৰ কমিটি, টেকনিকেল কমিটি, ফাইনেন্স কমিটি, খাদ্য উপ-সমিতি, প্ৰচাৰ সমিতি আদি গঠন কৰিবলৈ ১৫ ফেব্ৰুৱাৰীত অসম ৰোলবল সন্থাই এখন সভাৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা মতে অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব লগা এই সভাতে খেলুৱৈসকলৰ পঞ্জীয়ন প-পত্ৰও বিতৰণ কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments