Wednesday, August 10, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত। গা খজুৱা এফ.চি.ৰ অগ্ৰগতি।

কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত। গা খজুৱা এফ.চি.ৰ অগ্ৰগতি।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত গা খজুৱা এফ.চি.য়ে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত গা খজুৱা ফুটবল ক্লাৱে নগাঁও মৰ্ণিং গ্ৰুপ ফুটবল দলক ২-০গ’লত পৰাজিত কৰে।খেলখনত গা খজুৱা এফ.চি.ৰ হৈ গ’ল দুটা দিয়ে ক্ৰমে বিক্ৰম বৰদলৈ আৰু নয়ন বৰদলৈয়ে।

আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী সমীৰ বৰদলৈক সহায় কৰে বিষ্ণু বৰদলৈ,মুন দেউৰী আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। মুঠ-২৭টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত কাছমাৰী ফুটবল ক্লাৱ’এ’ দলে কটহগুৰি ফুটবল দলৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে।

✍️নগাঁওৰ পৰা দিপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments