Tuesday, October 4, 2022
HomeNewsক'ৰনা : ১২ মিলিয়ন ডলাৰ সংগ্ৰহৰ বাবে প্ৰস্তুতি চলাইছে নাডালে

ক’ৰনা : ১২ মিলিয়ন ডলাৰ সংগ্ৰহৰ বাবে প্ৰস্তুতি চলাইছে নাডালে

olympiasports.in

ইটালীক মৃত্যু উপত্যকালৈ পৰিণত কৰাৰ পিছত এতিয়া ক’ৰনাই স্পেইনত বিভীষিকাৰ সৃষ্টি কৰিছে। ক’ৰনা ভাইৰাছৰ বাবে ইটালীৰ পিছতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশলৈ পৰিণত হৈছে স্পেইন। স্পেইনৰ এনে এক জটিল পৰিবেশত ত্ৰাণ কৰ্তা হিচাপে আগবাঢ়ি আহিছে দেশখনৰ তাৰকা ক্ৰীড়াবিদ ৰাফেল নাডাল।


টেনিছ জগতৰ তাৰকা খেলুৱৈ ৰাফেল নাডালে এতিয়া এক নিৰ্দিষ্ট লক্ষ্য লৈ আগবাঢ়িবলৈ সাজু হৈছে। নাডালে ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ ১২ মিলিয়ন ডলাৰ অৰ্থ সংগ্ৰহৰ লক্ষ্য বান্ধি লৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে। এই লক্ষ্যত উপনীত হবলৈ নাডালে বিচাৰিছে সকলোৰে সহযোগিতা। ৰাফেলে এক বিবৃতিৰ জৰিয়তে কয় যে ‘এই যুজঁত সকলোৰে সহযোগিতা আগবঢ়াব লাগিব। ক’ৰনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ স্পেইনৰ সকলো ক্ৰীড়া তাৰকা আৰু ফেডাৰেচন ঐক্যবদ্ধ হ’ব লাগিব। ইতিমধ্যে ৰাফেল নাডালে স্পেইনৰ সকলো ক্ৰীড়া তাৰকা আৰু ফেডাৰেচনৰ সৈতে যোগাযোগ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments