Wednesday, October 5, 2022
HomeNewsঅসমৰ বিৰুদ্ধে প্ৰথম দিনাই শক্তিশালী স্থিতিত মহাৰাষ্ট্ৰ

অসমৰ বিৰুদ্ধে প্ৰথম দিনাই শক্তিশালী স্থিতিত মহাৰাষ্ট্ৰ

অলিম্পিয়া প্ৰতিবেদন

ৰঞ্জি ট্ৰফী ক্ৰিকেটৰ ছিজনৰ প্ৰথম মেচৰ প্ৰথম দিনাই অসমৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিলে মহাৰাষ্ট্ৰ দলে । হাৰিয়ানাৰ ৰোহটকত চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে আৰম্ভ হ’ল ৰঞ্জি ট্ৰফীৰ এলীট গ্ৰুপ ‘এইছ’ ৰ অসম আৰু মহাৰাষ্ট্ৰৰ মেচ । টছত জয়ী হৈ অসমে ফিল্ডিঙৰ সিদ্ধান্ত লয় । মহাৰাষ্ট্ৰ‌ই ৯০ অভাৰত ৫ উইকেটত দিনান্তত সংগ্ৰহ কৰে ২৭৮ ৰাণ । দলৰ এই স্থিতিৰ মূলতেই আছিল অপেনাৰ পৱন শ্বাহৰ অপৰাজিত শতৰাণ । অসমৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি শ্বাহে ২৭৫ টা বলত ১৬৫ ৰাণ কৰি আউট নোহোৱাকৈ থাকে । বলিঙত অসমৰ মুখতাৰ হুছেইনে ৩ টা, অৰূপ দাস আৰু অম্লানজ্যোতি দাসে ১ টাকৈ উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments