Thursday, July 7, 2022
HomeNewsঅধিনাকৰ দায়িত্ব নলয় ৰছিদ খানে

অধিনাকৰ দায়িত্ব নলয় ৰছিদ খানে

অলিম্পিয়া প্রতিবেদন

অফাৰ নাকচ কৰিছে ৰছিদ খানে৷ আফগানিস্তান ক্ৰিকেট বৰ্ডৰ তৰফৰ পৰা দেশৰ টি-টুৱেণ্টি দলৰ অধিনায়কৰ দায়িত্ব দিব বিচাৰিছিল তেওঁক কিন্তু না৷ অধিনায়কতকৈ দলৰ এজন সদস্য হৈয়ে খেলি যাব বিচাৰিছে ৰছিদে৷

‘‘অধিনায়কতকৈ সদস্য হিচাবে দলৰ উত্তৰণত সহায় কৰিবলৈহে মই বেছি আগ্ৰহী’’- ৰছিদ খানে কয়৷ উল্লেখ্য যে ২০১৯ বৰ্ষত প্ৰথমে টি-টুৱেণ্টি আৰু পিছত তিনিওটা সংস্কৰণৰ দায়িত্ব দিয়া হৈছিল ৰছিদ খানক৷ ইয়াৰ পিছত সেই বছৰতেই ৰছিদক পুনৰ অধিনায়ক দায়িত্বৰ পৰা আঁতৰাই আজগৰ আফগান তিনিওটা সংস্কৰণৰ দায়িত্ব দিয়ে আফগান ক্ৰিকেট ব’ৰ্ডে৷ এতিয়া ৰাছিদক পুনৰ টি-টুৱেণ্টি দলৰ নেতৃত্বৰ অফাৰ দিছে এ চি বি য়ে৷ ৰছিদৰ প্ৰত্যাখ্যান৷ পাকিস্তান ক্ৰিকেট লীগত লাহোৰ কালানডাৰ হৈ বৰ্তমান আবু ধাবিত আছে ৰছিদ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments