Sunday, October 2, 2022
HomeNewsঅসম কেনয়িং আৰু কায়াকিং সন্থাৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

অসম কেনয়িং আৰু কায়াকিং সন্থাৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

অলিম্পিয়া প্ৰতিবেদন

অসম কেনয়িং আৰু কায়াকিং সন্থাই প্ৰশিক্ষণস্থলী মৰিগাঁৱৰ চাৰণ বিলত যোৱা ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন কৰে । এই পবিত্র দিনটোত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সন্থাৰ সম্পাদক তথা অলিম্পিয়াৰ পৰিচালন সম্পাদক (অবৈতনিক) উপেন চক্ৰৱৰ্তীয়ে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম কেনয়িং আৰু কায়াকিং দলৰ বহুসংখ্যক খেলুৱৈ আৰু প্ৰশিক্ষকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments