Tuesday, October 4, 2022
HomeNewsৰিয়ানৰ ৫ টা উইকেট দখল

ৰিয়ানৰ ৫ টা উইকেট দখল

অলিম্পিয়া প্ৰতিবেদন

বিদৰ্ভৰ বিৰুদ্ধে মাত্র ২ ৰাণৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হোৱা ৰিয়ান পৰাগে বলিঙত দেখুৱালে যাদু । ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ “জি” ৰ তৃতীয় তথা অন্তিম লীগ মেচত ৰিয়ানে বিদৰ্ভৰ ৫ টা উইকেট দখল কৰে । হাৰিয়ানাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত অসমে সংগ্ৰহ কৰা ৩১৬ ৰাণৰ প্ৰত্যুত্তৰত শুক্ৰবাৰে দিনান্তত বিদৰ্ভ দলে ৯ উইকেটত সংগ্ৰহ কৰিছে ২৬৫ ৰাণ । মেচখনৰ বেটিঙত অসমৰ স্বৰূপম পূৰকায়স্থই শতৰাণ অৰ্জন কৰাৰ সমান্তৰালকৈ বলিঙত অসমৰ ৰিয়ান পৰাগে ২৫ অভাৰত ৬৮ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰে । ইয়াৰ যোগেদি অলৰাউণ্ডাৰ হিচাপে ৰিয়ানৰ কৃতিত্ব সুদৃঢ় হ’ল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments