Sunday, October 2, 2022
HomeNewsপাটিয়ালাত এন আই এছৰ বাবে অসমৰ ২ ৰোলবল প্ৰশিক্ষক

পাটিয়ালাত এন আই এছৰ বাবে অসমৰ ২ ৰোলবল প্ৰশিক্ষক

অলিম্পিয়া প্ৰতিবেদন

অসম ৰোলবল সন্থাৰ দুগৰাকী প্ৰশিক্ষক পাটিয়ালাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ( এন আই এছ)ত এক উন্নত পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছে । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অৰ্থাৎ ছাইৰ দ্বাৰা প্ৰথমবাৰলৈ ৰোলবলৰ এন আই এছ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত অসমৰ প্ৰশিক্ষক দুগৰাকী হ’ল জয়দ্বীপ মহন্ত আৰু এলিছা ফাৰহিন । পূৰ্বতে বহু ৰাষ্ট্ৰীয় পৰ্যায় বিভিন্ন বয়সগোটৰ প্ৰতিযোগিতাত জয়দ্বীপ আৰু এলিছাই অসম ৰোলবল দলক প্ৰতিনিধিত্ব কৰিছে । তেওঁলোক দুয়োৱে দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৪৫ গৰাকী ৰোলবল খেলুৱৈৰ সৈতে এন আই এছ পাঠ্যক্ৰমত ভাগ ল’ব । পূৰ্বতে স্কেটিং আৰু ৰোলবল খেলত বিশেষ পাৰদৰ্শিতা প্ৰৰ্দশন কৰা জয়দ্বীপ আৰু এলিছাই ৰোলবলৰ এন আই এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি অসমৰ ৰোলবল ক্ষেত্ৰখন অধিক গতিশীল কৰিব বুলি আশা কৰা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments