Tuesday, October 4, 2022
HomeNewsচাবুৱাত শিক্ষাবিদ নন্দলাল বৰগোঁহাই সোঁৱৰণত দিবা-নৈশ আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

চাবুৱাত শিক্ষাবিদ নন্দলাল বৰগোঁহাই সোঁৱৰণত দিবা-নৈশ আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

অলিম্পিয়া প্ৰতিবেদন

চাবুৱাত শিক্ষাবিদ নন্দলাল বৰগোঁহাই সোঁৱৰণত দিবা-নৈশ আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অহা ২৮ আৰু ২৯ ডিচেম্বৰত চাবুৱাৰ চেতিয়া গাৱঁৰ সূৰ্য্যোদয় সংঘৰ খেলপথাৰত শিক্ষাবিদ নন্দলাল বৰগোঁহাই সোঁৱৰণীত অনুষ্ঠিত হ’ব দিবা-নৈশ আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতা । এই উদ্দেশ্যে হাতীআলি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তৰ পৌৰোহিত্যত চাবুৱাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা দল সংগঠন আৰু স্থানীয় ৰাইজৰ উপস্থিতত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । প্ৰতিযোগিতাখন সফল ৰূপায়ন কৰিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে জিলা ছাত্ৰ সন্থাই সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments