Tuesday, October 4, 2022
HomeNewsক'ৰনাৰ বিৰুদ্ধে অহৰহ সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰাৰ উপৰিও শচীনে দিলে ৫০...

ক’ৰনাৰ বিৰুদ্ধে অহৰহ সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰাৰ উপৰিও শচীনে দিলে ৫০ লাখ

olympiasports.in

ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ক’ৰনাৰ বিৰুদ্ধে যুজঁ কৰিবলৈ ৫০ লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি তেণ্ডুলকাৰে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ ২৫ লাখ আৰু মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য নিধিলৈ ২৫ লাখ টকা অনুদান হিচাপে আগবঢ়াইছে।

উল্লেখ্য যে শচীনে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে অহৰহ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। টুইটাৰৰ জৰিয়তে শচীনে সজাগতা বৃদ্ধি কৰাৰ লগতে ক’ৰনাত আক্ৰান্ত ৰোগীসকলক মৰমৰ দৃষ্টিৰে চাবলৈও অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments