Tuesday, October 4, 2022
HomeNewsটেণ্ডুলকাৰৰ মহানুভৱতা: চাৰি হাজাৰ দৰিদ্ৰ শিশুক আৰ্থিক সাহাৰ্য্য

টেণ্ডুলকাৰৰ মহানুভৱতা: চাৰি হাজাৰ দৰিদ্ৰ শিশুক আৰ্থিক সাহাৰ্য্য

অলিম্পিয়া বাৰ্তা

কৰোনাৰ বিৰুদ্ধে দেশত অব্যাহত থকা যুজঁখনলৈ পুনৰ সহযোগিতা আগবঢ়ালে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে। এইবাৰ চাৰি হাজাৰকৈ দৰিদ্ৰ লোকলৈ আৰ্থিক অনুদান আগবঢ়াইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। এই ধনৰাশি ক্ৰিকেটাৰগৰাকীয়ে মুম্বাইস্থিত এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে আগবঢ়াইছে। ‘দ্য হাই ফাইভ ফাউণ্ডেচন’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই ধন ৰাশি মহাৰাষ্ট্ৰৰ ৪০০০ দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰি দিয়াৰ বাবে আগবাঢ়ি আহিছে। সংগঠনটোৱে টুইটাৰত এই বিষয়ে উল্লেখ কৰি শচীন টেণ্ডুলকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। সংগঠনটোৰ ধন্যবাদসূচক মন্তব্যটো-

উল্লেখযোগ্য যে লিটল মাষ্টাৰজনে ইয়াৰ আগতেও যোৱা মাহত কোভিড-১৯ ৰ সাহাৰ্য্য পুঁজিলৈ নগদ ৫০ লাখ টকাৰ অনুদান আগবঢ়াইছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments