Tuesday, October 4, 2022
HomeNewsক'ৰনা ভাইৰাছৰ বাবে বিপদত পৰা লোকসকলৰ কাষত থিয় দিছে আফ্ৰিদি; প্ৰশংসা কৰিলে...

ক’ৰনা ভাইৰাছৰ বাবে বিপদত পৰা লোকসকলৰ কাষত থিয় দিছে আফ্ৰিদি; প্ৰশংসা কৰিলে হৰভজনে

olympiasports.in

সমগ্ৰ বিশ্বৰ লগতে পাকিস্তানটো ক’ৰনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত দেশখনলৈ নামি আহিছে গভীৰ সংকট। এনে পৰিস্থিতিত দেশখনৰ পূৰ্বৰ ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি দেশখনৰ অসহায় জনৰ কাষত থিয় দিছে।

আফ্ৰিদিয়ে তেওঁৰ ফাউণ্ডেচনৰ জৰিয়তে পাকিস্তানৰ ক’ৰনা ভাইৰাছৰ ফলত বিপদত পৰা লোকসকলক বিভিন্ন সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াইছে। আফ্ৰিদিয়ে তেওঁৰ ফাউণ্ডেচনৰ জৰিয়তে অসহায় জনক খাদ্য সামগ্ৰীৰ লগতে তেল, চাবোন আৰু মাক্সৰ যোগান ধৰিছে।

আনহাতে পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ এই কাৰ্যত সুখী হৈ ভাৰতৰ হৰভজন সিঙে টুইটাৰত আফ্ৰিদিক প্ৰসংশা কৰাও দেখিবলৈ পোৱা গৈছে।

https://twitter.com/harbhajan_singh/status/1242675667818270720?s=20
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments