Monday, July 4, 2022
HomeNewsশিশুৰ যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বিত ছাই'ৰ প্ৰশিক্ষক

শিশুৰ যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বিত ছাই’ৰ প্ৰশিক্ষক

অলিম্পিয়া প্ৰতিবেদন

বৃহস্পতিবাৰে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চমুকৈ ছাই’য়ে ইয়াত কৰ্মৰত এগৰাকী প্ৰশিক্ষকক নিলম্বিত কৰাৰ কথা ঘোষণা কৰিছে। এগৰাকী শিশুক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হোৱা প্ৰশিক্ষকগৰাকীক ইতিমধ্যে আৰক্ষীয়ে POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ছাইত এথলেটিকছৰ প্ৰশিক্ষক হিচাবে কৰ্মৰত প্ৰশিক্ষকগৰাকীয়ে চিৰি ফৰ্ত স্পৰ্টছ কম্পলেক্সত ব্যক্তিগত পৰ্যায়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, ১৩ বছৰীয়া প্ৰশিক্ষাৰ্থীগৰাকীক অনুমতি বিহীনভাৱে ব্যক্তিগতভাৱে প্ৰশিক্ষণ প্ৰদান কৰি আন এক অপৰাধ সংঘটিত কৰিছে। প্ৰশিক্ষকগৰাকীৰ অপৰাধ প্ৰমাণ হ’লে তেওঁ সাত বছৰৰ কাৰদণ্ড ভুগিব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments