Wednesday, October 5, 2022
HomeNews২৭৪৯ গৰাকী খেল' ইণ্ডিয়া এথলিটলৈ 'ছাই'ৰ ৩০,০০০ টকাকৈ ধনৰাশি

২৭৪৯ গৰাকী খেল’ ইণ্ডিয়া এথলিটলৈ ‘ছাই’ৰ ৩০,০০০ টকাকৈ ধনৰাশি

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেওবাৰে অ’ পি এ( Out of Pocket Allowance) আঁচনিৰ অন্তৰ্গত দেশৰ ২৭৪৯ গৰাকী খেল’ ইণ্ডিয়া এথলিটলৈ আগবঢ়াইছে ৩০,০০০ কৈ জলপানী। এই ভাট্টা কিছুসংখ্যক নিৰ্বাচিত খেলুৱৈলৈ আগবঢ়োৱা হৈছে য’ত ছাই’ৰ খৰছ হয় প্ৰায় ৮.২৫ কোটি টকা।

খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সময়ত এথলিট সকলৰ অহা যোৱা অথবা অন্যান্য কাৰণত হোৱা খৰছৰ বাবদ এই ভাট্টা প্ৰদান কৰা হৈছে।

“টকাসমূহ এথলিটসকলৰ বেংক একাউণ্টলৈ ২২ মে’ তাৰিখে ভৰাই দিয়া হৈছে। মুঠ ২৮৯৩ গৰাকীলৈ অ’ পি এ’ৰ অন্তৰ্গত এই ধনৰাশি আগবঢ়োৱা প্ৰদান কৰা হ’ব। ইয়াৰে ১৪৪ গৰাকীয়ে এই ধনৰাশি মে’ৰ শেষৰ ফালে লাভ কৰিব। ” ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এটা প্ৰেছ বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments