Friday, September 30, 2022
HomeNewsছানিয়া মিৰ্জাৰ যুৱৰাজ আৰু কাইফলৈ বিশেষ অনুৰোধ

ছানিয়া মিৰ্জাৰ যুৱৰাজ আৰু কাইফলৈ বিশেষ অনুৰোধ

olympiasports.in

সমগ্ৰ দেশতে লকডাউন জাৰি থকা অৱস্থাত সক্ৰিয় ক্ৰিকেটৰ পৰা আছে তাৰকা ক্ৰিকেটাৰসকল। বহুতেই এতিয়া আজৰি এই সময়ত লগ বন্ধুৰ সৈতে সৈতে সম্পৰ্ক ৰক্ষা কৰিছে ইনষ্টাগ্ৰাম, টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তে। এই সময়ছোৱাত ক্ৰিকেটাৰসকলে ইনষ্টাগ্ৰামৰ যোগেদি এনেদৰে সতীৰ্থসকলৰ সৈতে কথা বাৰ্তাত লিপ্ত হৈছে। বহুতে পুৰণা দিনৰ স্মৃতিও ৰোমন্থন কৰিছে। তাৰকাসকলৰ এনে কথোপকথনে এতিয়া অনুৰাগীসকলক আকৰ্ষণ কৰিছে।

বিৰাট কোহলী, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহৰ পৰা আদি কৰি প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, হৰভজন সিঙলৈ সকলো এতিয়া ব্যস্ত এনেদৰে ইনষ্টাগ্ৰাম লাইভত লগ হোৱাত।

এনেধৰণৰ এটা ইনষ্টাগ্ৰাম লাইভত এইবাৰ লগ লাগিল যুৱৰাজ সিং, মহম্মদ কাইফৰ সৈতে ছানিয়া মিৰ্জাও। যুৱৰাজ সিং ,মহম্মদ কাইফৰ সেই লাইভ ছেচনটোত অংশগ্ৰহণ কৰি টেনিছ তাৰকাগৰাকীয়ে দুয়োগৰাকী ক্ৰিকেটাৰকে কৰিলে এক বিশেষ অনুৰোধ। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰদ্বয়েও অনুৰোধ ৰক্ষা কৰি গালে বলিউডৰ এটা চিৰসেউজ গীত। উল্লেখযোগ্য যে উক্ত লাইভ অনুষ্ঠানটোত দয়োগৰাকী ক্ৰিকেটাৰে ২০০২ চনৰ নেটৱেষ্ট ট্ৰফীৰ অভিজ্ঞতাৰ কথা ৰোমন্থন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments