Wednesday, July 6, 2022
HomeNewsবিৰল অভিলেখৰ গৰাকী হ’ব ছানিয়া মিৰ্জা

বিৰল অভিলেখৰ গৰাকী হ’ব ছানিয়া মিৰ্জা

ক’ৰণাৰ সকলো বাধা নেওচি অহা ২৩ জুলাইৰ পৰা জাপানৰ টকিঅ’ত আৰম্ভ হ’ব অলিম্পিক৷ এই ক্ৰীড়া মহাসমাৰোহখন টেনিছ ইভেণ্টত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব টেনিছ চাঞ্চল্য ছানিয়া মিৰ্জাই৷ টকিঅ’ অলিম্পিকৰ কৰ্টত নামিলেই ছানিয়া হ’ব এক বিৰল অভিলেখৰ গৰাকী৷ প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাবে চাৰিবাৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ৷ ২০১৬ ৰিঅ’ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ছানিয়াই৷ এইবাৰৰ ৰিঅ’ত তেওঁ উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ মানসেৰে টকিঅ’লৈ যাব ছবাৰৰ গ্ৰেণ্ডশ্ৰাম বিজয়ী ছানিয়া৷ বয়সে ৩০ বছৰ অতিক্ৰম কৰিলেও অৱসৰৰ কোনো ভাৱ মনলৈ অহা নাই বুলি জনাইছে টেনিছ সুন্দৰী গৰাকীয়ে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments