Sunday, July 3, 2022
HomeNewsক্ৰিকেটাৰৰ সৈতে শচীন তনয়াৰ প্ৰেম!

ক্ৰিকেটাৰৰ সৈতে শচীন তনয়াৰ প্ৰেম!

অলিম্পিয়া প্ৰতিবেদন

শচীন তনয়াৰ প্ৰেম। তাকো ক্ৰিকেটাৰৰ লগত। এনে খবৰে সততে দৃষ্টি আকৰ্ষণ কৰে ক্ৰিকেট অনুৰাগীৰ। শেহতীয়াকৈ সামাজিক মাধ্যমত তেনে এক খবৰেই ভাইৰেল হৈ পৰিছে। শচীন টেণ্ডুলকাৰৰ জীয়ৰী ছাড়া টেণ্ডুলকাৰ হেনো এগৰাকী আই পি এল তাৰকাৰ প্ৰেমত পৰিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ উদীয়মান ক্ৰিকেটাৰ শুভমন গিল নেকি ছাড়াৰ মনৰ মানুহগৰাকী। তাকে লৈ এতিয়া চর্চা চলিছে সৰ্বত্ৰে।

আচলতে, যোৱা বুধবাৰে কে কে আৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত মেচৰ সময়তে ছাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শুভমনে ফিল্ডিং কৰি থকা এখন ফটো শ্বেয়াৰ কৰে। লগত দিয়ে হাৰ্টৰ ইম’জি।

তাৰ পিছত খেলৰ অন্তত শুভমনেও একেই ইমজি আৰু কেপচনৰ সহায়ত নিজৰ ফটো পোষ্ট কৰে। তেতিয়াৰ পৰাই সামাজিক মাধ্যমত দুয়ো গৰাকীৰ সম্পৰ্কক লৈ চলিছে ব্যাপক চৰ্চা। বহুতেই সন্দেহ কৰিছে শচীন তনয়াৰ প্ৰেমিক আন কোনো নহয়, সেইজন হৈছে কে কে আৰৰ শুভমন গিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments