Sunday, October 2, 2022
HomeNewsভৰি পিছলিলে ছেৰেণাৰ

ভৰি পিছলিলে ছেৰেণাৰ

মাৰ্গাৰেট  কৰ্টৰ সৰ্বাধিক গ্ৰেণ্ড শ্ৰাম জয়ৰ অভিলেখ এইবাৰো স্পৰ্শ কৰা নহ’ল ছেৰেণা উইলিয়ামছৰ। প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে এইগৰাকী মাৰ্কিন টেনিছ তাৰকায়। অৱশ্যে বেলাৰুছৰ এলিয়াক ছেন্দা ছাছন’ভিচৰ ওৰচত পৰাস্ত হৈ বিদায় লোৱা নাই ছেৰেনায়। ভৰি পিছলিহে আঁতৰিব লগা হৈছে উইম্বলডনৰ পৰা। প্ৰথম ছেট ৩-১ থকা সময়তে ক’টত ভৰি পিছলি আঘাতপ্ৰাপ্ত হয় ছেৰেনা।  এলিয়াকে ৩-৩ সমতা স্থাপন কৰাৰ পিছতে আৰু আগবাঢ়িব নোৱাৰি ছেৰেনাই কান্দি কান্দি ক’টৰ পৰা বিদায় ললে । এতিয়ালৈ ২৩টা গ্ৰেণ্ড শ্ৰামৰ গৰাকী ছেৰেনা উইলিয়ামছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments