Thursday, July 7, 2022
HomeNewsষ্টেট ক্ৰিকেট একাডেমীৰ অধীনত লেভেল 'এ' ফিজিকেল ট্ৰেইনাৰ্ছ ক্লিনিক

ষ্টেট ক্ৰিকেট একাডেমীৰ অধীনত লেভেল ‘এ’ ফিজিকেল ট্ৰেইনাৰ্ছ ক্লিনিক

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ অধীনৰ ষ্টেট ক্ৰিকেট একাডেমীয়ে ফিজিকেল ট্ৰেইনাৰসকলৰ মাজত আয়োজিত কৰিছে দহ দিনীয়া এক বিশেষ কৰ্মশালা। বি চি চি আইৰ দ্বাৰা জাৰি কৰা ক’ভিড প্ৰটোকলৰ মাজেৰে কেনেদৰে ক্ৰীড়ামূলক কাম কাজ আগবঢ়াই নিব পৰা যায় সেই সন্দৰ্ভত আয়োজিত কৰ্মশালাখনত ৰাজ্যৰ ১৬ গৰাকীকৈ লেভেল ‘এ’ ফিজিকেল ট্ৰেইনাৰে অংশগ্ৰহণ কৰিছে।

বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত উক্ত কৰ্মশালাখন ষ্টেট ক্ৰিকেট একাডেমীৰ টেকনিকেল ডিৰেক্টৰ গণেশ দত্তৰ তত্বাৱধানত অনুষ্ঠিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments