Monday, October 3, 2022
HomeNewsশীঘ্ৰেই প্ৰকাশ পাব আই পি এল ২০২০ৰ সূচী; জনালে বি চি চি...

শীঘ্ৰেই প্ৰকাশ পাব আই পি এল ২০২০ৰ সূচী; জনালে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে

অলিম্পিয়া প্ৰতিবেদন

অহা ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ২০২০ৰ আই পি এল। ক’ভিড ১৯ৰ বাবে এইবাৰ ক্ৰিকেটৰ মেগা ইভেণ্টখন অনুষ্ঠিত হ’ব ইউ এ ইত। মাজত বেছি দিন নাই যদিও এই পৰ্যন্ত প্ৰকাশ পোৱা নাই আই পি এল ২০২০ৰ সময়সূচী। পূৰ্বৰ তুলনাত এইবাৰ সূচী প্ৰকাশত যথেষ্ট বিলম্ব হৈছে। ইতিমধ্যে ক্ৰিকেটপ্ৰেমীসকলৰ উৎসুকতাই চৰম সীমা চুইছেগৈ। এনে এক সময়তে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰকাশ কৰিছে যে অহা শুক্ৰবাৰে প্ৰকাশ পাব ২০২০ বৰ্ষৰ আই পি এলৰ সময়সূচী।

উল্লেখযোগ্য যে সচৰাচৰ হোৱাৰ দৰে আই পি এলৰ আৰম্ভণি খেলখনত আগৰ বছৰৰ বিজয়ী দলটো বিজিত দলৰ সৈতে মুখামুখী হয়। সেই দৃষ্টিৰে চাবলৈ গ’লে এইবাৰৰ আই পি এলৰ উদ্ধোধনী খেলখন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত হ’ব লাগে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments