Tuesday, October 4, 2022
HomeNewsৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

https://olympiasports.in/

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত ৮ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ এক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ শিবিৰত টাং চু ডু সংস্থা, অসমৰ প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ আৰু প্ৰশিক্ষক বৰ্ণলী গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ “ৱমেন ষ্টাডিছ চেল” ৰ উদ্যোগত আৰু টাং চু ডু সংস্থা অসমৰ সহযোগত মহাবিদ্যালয়খনৰ পৰাগ শৰ্মা সোঁৱৰণী মুকলি মঞ্চত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰীয়ে আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

উল্লেখ্য যে এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰা টাং চু ডু অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ সৰ্বভাৰতীয় টাং চু ডু স্পৰ্টছ ফেডাৰেচনৰ মুখ্য কাৰিকৰী প্ৰশিক্ষক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments