Sunday, October 2, 2022
HomeNews৭ ফেব্ৰুৱাৰী পৰা ছিনিয়ৰ মহিলাৰ আন্তঃজিলা ক্ৰিকেট

৭ ফেব্ৰুৱাৰী পৰা ছিনিয়ৰ মহিলাৰ আন্তঃজিলা ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই অহা ৭ ফেব্ৰুৱাৰী পৰা প্ৰথম বাৰৰ বাবে কনকলতা বৰুৱা ট্ৰফী নামেৰে আন্তঃজিলা মহিলাৰ ক্ৰিকেট চেম্পিয়নশ্বিপ আয়োজন কৰিছে । এই প্ৰতিযোগিতা ২১ ফেব্ৰুৱাৰীত অন্ত পৰিব । অসমত মহিলাৰ ক্ৰিকেটক উৎসাহিত কৰাৰ বাবে এই টুর্ণামেন্ট আয়োজন কৰা হৈছে । প্ৰতিখন মেছ ৩০ অভাৰৰ হ’ব আৰু ইয়াত ১৮ টা দল থাকিব । দলবোৰক ৪ টা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ ‘এ’ ত আছে লখিমপুৰ , তেজপুৰ গুৱাহাটী, ধেমাজি আৰু ডিব্ৰুগড় । গ্ৰুপ ‘বি’ ত থাকিব এন এফ ৰেলৱে , যোৰহাট ,হোজাই , কৰিমগঞ্জ আৰু মঙ্গলদৈ । গ্ৰুপ ‘চি’ ত আছে শিলচৰ, ধুবুৰী, নগাওঁ আৰু বিশ্বনাথ । গ্ৰুপ ‘ডি’ ত থাকিব হাইলাকান্দি , নলবাৰী, বোকাখাত আৰু মৰিগাঁও ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments