Thursday, September 29, 2022
HomeNewsআন্তঃজিলা মহিলাৰ ছিনিয়ৰ ফুটবল গুৱাহাটী দল ঘোষণা

আন্তঃজিলা মহিলাৰ ছিনিয়ৰ ফুটবল গুৱাহাটী দল ঘোষণা

অলিম্পিয়া প্রতিবেদন

মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা ২৪সংখ্যক ছিনিয়ৰ মহিলাৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী দলটো ঘোষণা কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাই। নিৰ্বাচিত খেলুৱৈসকল হ’ল:

গ’লকীপাৰ: দুলুমণি দাস, জ্যোতি তুমুং
ডিফেণ্ডাৰ: মল্লিকা মণ্ডল, কৃষাংগী ৰাভা, বৰ্ণালী দাস, বিনীতা বড়ো, উমা ইংতি, সীমা দাস
মিডফিল্ডাৰ: চুমি দাস, মধুস্মিতা বড়ো, অনিতা বড়ো, পুনম কে বড়ো, মনমুনি বড়ো, শিল্পীশিখা ৰাভা
ফৰৱাৰ্ড: সবিতা ৰাভা, ৰশ্মি বসুমতাৰী, পল্লৱী ৰাভা, অৰ্চনা ইংতি, লুকুমণি বড়ো, শিৱানী ৰাভা
ষ্টেণ্ড বাই: কল্যাণী দাস, চন্দনা দাস, ময়ুৰী গোস্বামী, মনীষা কৈৱৰ্ত্ত ৷

দলটোৰ মুখ্য প্ৰশিক্ষক বিতু দাস আৰু সহকাৰী প্ৰশিক্ষক শৰ্মিলা ৰয় ৷ মেনেজাৰ ৰীণা অাও মেধি আৰু অফিচিয়েল কৌস্তৱ চক্ৰৱৰ্তী ৷ ৮ নৱেম্বৰত গুৱাহাটীয়ে প্ৰথম খেলত বিজনীৰ বিৰুদ্ধে খেলিব বুলি ফুটবল সম্পাদক এল প্ৰণৱ সিঙে এটা বিবৃতিত জনাইছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments