Monday, October 3, 2022
HomeNewsভাৰতীয় দলৰ বলিং দলৰ প্ৰশিক্ষক হ'ব ছোৱেইব আখতাৰ!

ভাৰতীয় দলৰ বলিং দলৰ প্ৰশিক্ষক হ’ব ছোৱেইব আখতাৰ!

olympiasports.in

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হ’ব ছোৱেইব আখতাৰ! অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড বা ভাৰতীয় ক্ৰিকেটাৰে এতিয়ালৈকে এই প্ৰস্তাৱ আগবঢ়োৱা নাই। ছোৱেইব আখতাৰে নিজেই ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হোৱাৰ মন মেলিছে।

বহু বিতৰ্কিত এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে এক সাক্ষাৎকাৰৰ জৰিয়তে তেওঁৰ এই ইচ্ছাৰ বিষয়ে প্ৰকাশ কৰিছে। আখতাৰে কৈছে, যদি ভাৰতীয় দলৰ পৰা প্ৰস্তাৱ আহে, তেনেহলে তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষ হোৱাত কোনো আপত্তি নাই।

পাকিস্তানৰ ক্ৰিকেটাৰ গৰাকীৰ এই আশা অৱশ্যে বাস্তৱায়িত হয়নে নহয়, সেয়া সময়েহে ক’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments