Friday, September 30, 2022
HomeNewsবিশ্ব বক্সিঙত অভিযান সামৰিলে শিৱ থাপাই

বিশ্ব বক্সিঙত অভিযান সামৰিলে শিৱ থাপাই

অলিম্পিয়া প্ৰতিবেদন

ছাৰ্বিয়াৰ বেলগ্ৰেডত চলি থকা আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাটাৰ ফাইনেলত অভিযান সামৰিলে অসমৰ শিৱ থাপাই । প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰৰ্দশনেৰে শিৱ থাপাই পদক জয়ৰ সম্ভাৱনা বৰ্তাই ৰাখিছিল যদিও অন্তিম আঠৰ যুঁজত তুৰস্কৰ প্ৰতিদ্বন্দীৰ ওচৰত সেও মানিব লগা হয় ।

মংগলবাৰে নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল বাউটত তুৰস্কৰ কেৰেম উজমেনৰ বিৰুদ্ধে শিৱই ০-৫ ব্যৱধানত পৰাস্ত হয়। উল্লেখযোগ্য যে ৬৩.৫ কেজি ওজন শাখাত শিৱ থাপাই পদকৰ বাবে যুজঁখনত আশানুৰূপ প্ৰৰ্দশন আগবঢ়োৱাত ব্যৰ্থ হয় । শিৱ‌ই ২০১৫ চনৰ আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments