Sunday, October 2, 2022
HomeNewsসদৌ অসম স্কেটিং প্রতিযােগিতা

সদৌ অসম স্কেটিং প্রতিযােগিতা

অলিম্পিয়া প্ৰতিবেদন

দশম সদৌ অসম স্পীড স্কেটিং প্রতিযােগিতা অহা ৮ আৰু ৯ জানুৱাৰী, ২০২২ অনুষ্ঠিত হ’ব । অসমৰ ১৩ খন জিলাৰ ৩০০ৰাে অধিক প্রতিযােগীয়ে অংশগ্রহণ কৰিবলগীয়া উক্ত প্রতিযােগিতাখন দিছপুৰ স্কেটিং ৰিংকত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব । এই প্রতিযােগিতা কোৱাড আৰু ইনলাইন ইভেণ্টৰ ল’ৰা-ছােৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব । ৫, ৭, ৯, ১১, ১৪ আৰু ১৭
বছৰ অনূৰ্ধ শাখাত হ’বলগীয়া এই প্রতিযােগিতাত যােগদান কৰিবলৈ বিছৰা প্রতিযােগীয়ে
৮৮২২০-৩৮৫০০, ৮৬৩৮০-৮২৩৮৩ ফোন নম্বৰৰ সৈতে যােগাযােগ কৰিবলৈ অসম ৰােলাৰ স্কেটিং সংস্থাৰ সাধাৰণ সম্পাদক অনুপম শর্মাই আহ্বান জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments